এ.এফ.ডি.চি. লিমিটেডৰ বিষয়া, কৰ্মচাৰী আৰু লেচী/মত্স্য কৃষকৰ দ্বাৰা উপলব্ধ কৰোৱা প্ৰশিক্ষণ
প্ৰশিক্ষণৰ সময় | প্ৰশিক্ষণৰ বিষয় | কোনে প্ৰদান কৰিছে |
---|---|---|
২ ৰ পৰা ৯ ডিচেম্বৰ, ২০০২ | ভূমিকম্প দুৰ্যোগ ব্যৱস্থাপনা | এ.ই.আই., গুৱাহাটী, এ.আই.চি.টি.ই.ৰ পৃষ্ঠপোষকতাত
|
২৬ জুলাই, ২০১২ | পানীমেটেকাৰ পৰা বাৰ্মি কম্পোষ্ট তৈয়াৰ কৰাৰ ওপৰত কৰ্মশালা ও প্ৰশিক্ষণ | এম/এছ. বালাৰ্ক বায়োটেক, নঁগাও |
২৪ ছেপ্তেম্বৰ, ২০০৮ | এম./এছ. ৰিফৰ্ম প্ৰয়াস | চি.আই.এফ.আৰ.আই. |
২৯ জানুৱাৰী, ২০০৯ | অলংকাৰযুক্ত মাছ | ফিছকোফেড |
২২ জুন, ২০০৯ | অসম প্ৰশাসনীক বিষয়া মহাবিদ্যালয় | বান নিয়ন্ত্ৰন আৰু ব্যৱস্থাপনা |
১১ ৰ পৰা ১৩ জুলাই, ২০০৯ | ভাৰতীয় মত্স্য মহোত্সৱ, হাইদৰাবাদ | প্ৰৱন্ধক সঞ্চালক আৰু মহা প্ৰবন্ধক |
৯ অক্টোবৰ, ২০০৯ | প্ৰযুক্তিবিদ্যা আৰু এইচ.আৰ.ডি. সম্পৰ্কীয় প্ৰয়োজন সমূহৰ ওপৰত পৰ্য্যালোচনা কৰ্মশালা | এম./এছ. ৰিফৰ্ম প্ৰয়াস, চি.আই.এফ.আৰ.আই. |
৫ জুন, ২০১০১ | মূখ্য ধাৰাৰ দূৰ্যোগ আশংকাৰ ওপৰত পোষকতা কৰ্মশালা | চি.আই.এফ.ই. |
২২ জুন, ২০১২ | লেখা আৰু কোষাগাৰ সঞ্চালক, অসমৰ দ্বাৰা পেঞ্চন আঁচনি সম্পৰ্কে | গাণনিক সঞ্চালকালয় |
১৫ ৰ পৰা ১৯ অক্টোবৰ, ২০১২ | মীন মহল উন্নয়নৰ বাবে বান প্ৰবন জলাশয় সম্পদ সমূহৰ বহনক্ষম ব্যৱহাৰ | চি.আই.এফ.আৰ.আই. |
১৮ ৰ পৰা ২২ মাৰ্চ, ২০১৩ | পি.ই. বিভাগে প্ৰস্তুত কৰা টেলি ই.আৰ.পি. আৰু এম.আই.এছ. এপ্লিকেচনৰ প্ৰতিবেদন | চি.আই.এফ.আৰ.আই. |