মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন মীন সঞ্চালকালয়

প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ

এ.এফ.ডি.চি. লিমিটেডৰ বিষয়া, কৰ্মচাৰী আৰু লেচী/মত্স্য কৃষকৰ দ্বাৰা উপলব্ধ কৰোৱা প্ৰশিক্ষণ

প্ৰশিক্ষণৰ সময়প্ৰশিক্ষণৰ বিষয়কোনে প্ৰদান কৰিছে

২ ৰ পৰা ৯ ডিচেম্বৰ, ২০০২

ভূমিকম্প দুৰ্যোগ ব্যৱস্থাপনা

এ.ই.আই., গুৱাহাটী, এ.আই.চি.টি.ই.ৰ পৃষ্ঠপোষকতাত

 

২৬ জুলাই, ২০১২

পানীমেটেকাৰ পৰা বাৰ্মি কম্পোষ্ট তৈয়াৰ কৰাৰ ওপৰত কৰ্মশালা ও প্ৰশিক্ষণ

এম/এছ. বালাৰ্ক বায়োটেক, নঁগাও

২৪ ছেপ্তেম্বৰ, ২০০৮

এম./এছ. ৰিফৰ্ম প্ৰয়াস

চি.আই.এফ.আৰ.আই.

২৯ জানুৱাৰী, ২০০৯

অলংকাৰযুক্ত মাছ

ফিছকোফেড

২২ জুন, ২০০৯

অসম প্ৰশাসনীক বিষয়া মহাবিদ্যালয়

বান নিয়ন্ত্ৰন আৰু ব্যৱস্থাপনা

১১ ৰ পৰা ১৩  জুলাই, ২০০৯

ভাৰতীয় মত্স্য মহোত্সৱ, হাইদৰাবাদ

প্ৰৱন্ধক সঞ্চালক আৰু মহা প্ৰবন্ধক

৯ অক্টোবৰ, ২০০৯

প্ৰযুক্তিবিদ্যা আৰু এইচ.আৰ.ডি. সম্পৰ্কীয় প্ৰয়োজন সমূহৰ ওপৰত পৰ্য্যালোচনা কৰ্মশালা

এম./এছ. ৰিফৰ্ম প্ৰয়াস, চি.আই.এফ.আৰ.আই.

৫ জুন, ২০১০১

মূখ্য ধাৰাৰ দূৰ্যোগ আশংকাৰ ওপৰত পোষকতা কৰ্মশালা

চি.আই.এফ.ই.

২২ জুন, ২০১২

লেখা আৰু কোষাগাৰ সঞ্চালক, অসমৰ দ্বাৰা পেঞ্চন আঁচনি সম্পৰ্কে

গাণনিক সঞ্চালকালয়

১৫ ৰ পৰা ১৯ অক্টোবৰ, ২০১২

মীন মহল উন্নয়নৰ বাবে বান প্ৰবন জলাশয় সম্পদ সমূহৰ বহনক্ষম ব্যৱহাৰ

চি.আই.এফ.আৰ.আই.

১৮ ৰ পৰা ২২ মাৰ্চ, ২০১৩

পি.ই. বিভাগে প্ৰস্তুত কৰা টেলি ই.আৰ.পি. আৰু এম.আই.এছ. এপ্লিকেচনৰ প্ৰতিবেদন

চি.আই.এফ.আৰ.আই.