দেশত নাগৰিক কেন্দ্ৰীক অভিযোগৰ পৰামৰ্শাৱলী নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে নোডেল এজেঞ্চী হিচাপে দায়িত্ব পালন কৰে। নাগৰিকৰ অভিযোগ নিষ্পত্তি কৰাটো যিহেতু এক গুৰুত্বপূৰ্ণ পদক্ষেপ, ইয়াৰ বাবে ডি.এ.আৰ. এণ্ড পি.জি.এ সময়মতে আৰু ফলপ্ৰসূ ভাৱে এই নিষ্পত্তিকৰণৰ বাবে সঠিক পদ্ধতি প্ৰস্তুত কৰে।
নোডাল বিষয়া, ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু পৰ্য্যবেক্ষণ ব্যৱস্থা,
মীন সঞ্চালকালয়, অসম
অভিযোগ সন্দৰ্ভত অভিযোগকাৰীয়ে www.pgportal.gov.in ৱেব পৰ্টেলৰ নাগৰিক শিতানত গৈ সহায় লব পাৰে।
•পূৰ্বৰ অভিযোগ সন্দৰ্ভত আপুনি সোঁৱৰণ কৰাবও পাৰে বা নহলে স্পষ্টীকৰণ প্ৰদান কৰিব পাৰে।
•অনুগ্ৰহ কৰি আপুনাৰ অভিযোগৰ স্থিতি সম্পৰ্কে জ্ঞাত হওক।
Title | Size | Detail |
---|---|---|
Public Grievance Officer under Directorate of Fisheries.pdf | 211.18 KB |